This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ বৰ্দ্ধিত কাৰ্যনিবাহক সভা অনুষ্ঠিত
Margherita, Tinsukia | Sep 7, 2025
দেওবাৰে সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ বৰ্দ্ধিত কাৰ্যনিবাহক সভা মাৰ্ঘেৰিটা উন্নয়ন খণ্ড কাৰ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় ।সদৌ অসম গৰীয়া জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যকৰী সভাপতি নাজিৰুল ইছলামে সভাপতিত্ব কৰা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক আহমদ আলীয়ে ।উক্ত সভাতে সদৌ অসম গৰীয়া জাতীয় পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি খন গঠন কৰা হয় ।