Download Now Banner

This browser does not support the video element.

মৰিগাঁও: জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত প্ৰধান মন্ত্ৰী – কুষুম যোজনা বিষয়ক জিলা পৰ্যায়ৰ এখনি বৈঠক অনুষ্ঠিত হয়

Marigaon, Morigaon | Aug 28, 2025
মৰিগাঁও জিলাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত প্ৰধান মন্ত্ৰী – কুষুম যোজনা বিষয়ক জিলা পৰ্যায়ৰ এখনি বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে সভাপতিত্ব কৰে। বৈঠকত কৃষি, জলসিঞ্চন, বিদ্যুৎ আদি সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে কুষুম যোজনাৰ লক্ষ্য আৰু বৰ্তমান অগ্ৰগতি সম্পৰ্কে বিস্তৃত উপস্থাপনা আগবঢ়ায়।
Read More News
T & CPrivacy PolicyContact Us