Download Now Banner

This browser does not support the video element.

মৰিগাঁও: জাগীৰোড আৰক্ষীয়ে চেনীমাৰিৰ পৰা জব্দ কৰি গাত খান্দি পুটিলে নিষিদ্ধ গো মাংস

Marigaon, Morigaon | Sep 9, 2025
জাগীৰোড আৰক্ষীয়ে চেনিমাৰীৰ কাদিৰ আলী নামৰ ব্যক্তি জনে নিষিদ্ধ গো মাংস অবৈধ ভাৱে বিক্ৰী কৰি থকাৰ খবৰ লাভ কৰিছিল। লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই কাদিৰ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে এত সম্পূৰ্ণ গোধ্ণৰ মাংস জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা নিষিদ্ধ মাংস খিনি পৰবৰ্তী সময়ত আইনী প্ৰক্ৰিয়াৰ মাজেৰে গাত খান্দি পুতি নষ্ট কৰে। হিন্দু মুছলিম সকলো ধৰ্মৰ লোক একেলগে বাস কৰা অঞ্চলটোত নিষিদ্ধ মাংসৰ বেহা চলাই পৰিবেশ নষ্ট কৰিবলৈ চেষ্টা কৰা কাদিৰৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যৱস্থা
Read More News
T & CPrivacy PolicyContact Us