Download Now Banner

This browser does not support the video element.

মানকাচৰ: অসম মেঘালয়ৰ সীমান্ত কুৰালভাঙা চাটিভূই সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা, পখখন মেৰামতিৰ দাবী স্হানীয় ৰাইজৰ

Mankachar, South Salmara-Mankachar | Aug 25, 2025
সোমবাৰে আবেলি ৫:৩০ মিনিটত অসম মেঘালয়ৰ সীমান্ত কুৰালভাঙা চাটিভূই সংযোগী পথৰ কাম কৰিবলৈ চৰকাৰ লৈ দাবী জনায় স্হানীয় ৰাইজে। উল্লেখ্য যে কুৰালভাঙা চাটিভূই সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বছৰ বছৰ ধৰি যমৰ যাতনাত ভূগিছে অঞ্চলবাসীয়ে। কেইবাটাও বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যাতায়ত কৰে এই পথেৰে। পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে।
Read More News
T & CPrivacy PolicyContact Us