Install App
debabrat915
This browser does not support the video element.
মঙলদৈ ভাগ: মঙলদৈস্থিত আয়ুক্ত কাৰ্যালয়ত প্ৰধান মন্ত্ৰী ভ্ৰমণক লৈ প্ৰয্যলোচনা সভা, উপস্থিত মন্ত্ৰী, বিধায়ক
Mangaldoi Part, Darrang | Sep 7, 2025
দৰং জিলা আয়ুক্ত কাৰ্যালয় দেওবাৰে সন্ধিয়া 6 মান বজাত মঙলদৈত প্ৰধান মন্ত্ৰী ভ্ৰমনকৈ এখন প্ৰয্যলোচনা সভা অনুষ্ঠিত হয়।এই সভাত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক পৰমানন্দ ৰাজবংশী, বসন্ত দাসৰ লগতে দৰং জিলা চৰাকাৰী বিভাগৰ বিষয়া সকল
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!