This browser does not support the video element.
পশ্চিম যোৰহাট: টীয়ক সম জিলা কাৰ্যালয়ৰ উদ্যোগত ভাৰত ৰত্ন ড ° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন
Jorhat West, Jorhat | Sep 8, 2025
টীয়ক সম জিলা কাৰ্যালয়ৰ উদ্যোগত সোমবাৰে দিনৰ প্ৰায় ১২ মান বজাত ভাৰত ৰত্ন ড ° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শত বাৰ্ষিকী উদযাপন । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ টীয়ক সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত কাকজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব বৰেণ্য শিল্পী ড ° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শত বাৰ্ষিকী উদযাপন কৰা হয়। শিল্পী গৰাকীৰ প্ৰতিছবি যোৰহাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভব গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতেই এখন আলোচনা চক্ৰ আৰম্ভ কৰা হয়। সমজিলাৰ