Download Now Banner

This browser does not support the video element.

ওদালগুৰি: শিলবড়ীত মাজবাট আঞ্চলিক বন বিভাগে জব্দ কৰে চালান বিহীন অবৈধ বালি ভৰ্তি ড্ৰাম্পাৰ

Udalguri, Udalguri | Aug 27, 2025
মাজবাট আঞ্চলিক বন বিভাগে গোপন সূত্ৰৰ পম খেদি চালান বিহীন এখন বালি ভৰ্তি ড্ৰাম্পাৰ শিলবড়ীত জব্দ কৰিবলৈ সক্ষম হয়।DFO মোষ্টাফা আলি আহমেদৰ নিৰ্দেশত তদন্ত চলাই মাজবাট বন বিভাগৰ IC মিটু বড়োৰ নেতৃত্বত যোৱা এটি দলে AS25CC7263 নম্বৰৰ এখন ড্ৰাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে ড্ৰাম্পাৰ খন জব্দ কৰি মাজবাট বন বিভাগৰ কাৰ্য্যালয়ত লৈ আহে। উল্লেখ্য যে ড্ৰাম্পাৰ খনৰ ১৬ CM বালি থকা বুলি বন বিভাগে জানিব দিয়ে।
Read More News
T & CPrivacy PolicyContact Us