Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: বিলাসীপাৰাত বিজেপি চৰকাৰৰ ভোট চুৰিৰ বিৰুদ্ধে প্ৰতিবাদ কৰোতেই আটক হ'ল NSUI নেতৃত্ব

Dhubri Part, Dhubri | Aug 13, 2025
ধুবুৰী জিলা NSUI ৰ উদ্যোগত সাব্যস্ত কৰিছে প্ৰতিবাদ। বিলাসীপাৰা মহাবিদ্যালয়ৰ সন্মুখৰ পৰা গান্ধীচকলৈ প্ৰতিবাদ কৰি যাওঁতে বাধা আৰক্ষীৰ। আৰু আটক কৰি বিলাসীপাৰা থানালৈ লৈ যায় আৰক্ষীয়ে। প্ৰতিবাদ কৰি আটক হ'ল NSUI ৰ ৰাষ্ট্ৰীয় নেতা জয়নুদ্দিন সেখ, বিলাসীপাৰা সমষ্টি কমিটীৰ প্ৰাক্তন সভাপতি নুৰ ইছলাম ভুঞাসহ বিভিন্ন নেতৃত্ববৰ্গই।
Read More News
T & CPrivacy PolicyContact Us