This browser does not support the video element.
কোকৰাঝাৰ ভাগ: ভৱানীপুৰত ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে
Kokrajhar Part, Kokrajhar | Aug 30, 2025
শনিবাৰৰ দিনা বিয়লি ৪ বজাত কোকৰাঝাৰ জিলাৰ ভৱানীপুৰত ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰী, উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংসদ জয়ন্ত বসুমতাৰী, ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, বিধায়ক লৰেঞ্চ ইছলাৰী লগতে ইউপিপিএল জিলা আৰু ব্লক সমিতিৰ বিষয়ববীয়া সকলে উপস্থিত আছিল বুলি জানিব পৰা গৈছে