Download Now Banner

This browser does not support the video element.

নগাঁও: জামুগুৰি সাৰ্বজনীন গৰখীয়া থানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভকত-বৈষ্ণৱৰ মাজত উৎসাহৰ ঢল

Nagaon, Nagaon | Aug 23, 2025
নগাঁৱৰ জামুগুৰি সাৰ্বজনীন গৰখীয়া থানত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰীৰ উপস্থিতিত উৎসাহৰ ঢল ভকত বৈষ্ণৱৰ মাজত।থান উন্নয়ণৰ বাবে ২০ লাখ টকা প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।থানৰ ভকত বৈষ্ণৱে দিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা জয় ধ্বনি।নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ইতিহাসপ্ৰসিদ্ধ থানখনিত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈ আশীষ গ্ৰহণ কৰে। উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিধায়ক ৰূপক শৰ্মা, শশী কান্ত দাস ।
Read More News
T & CPrivacy PolicyContact Us