This browser does not support the video element.
সৃজনগ্ৰাম: পাকৰিগুৰী গাওঁত KAC পৰিষদ পাঁচ লাখ টকা ব্যয় সাপেক্ষে এটি নতুন পথ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে KACৰ চীফ
Srijangram, Bongaigaon | Aug 23, 2025
শনিবাৰে পাকৰিগুৰী গাওঁত KAC পৰিষদৰ আবন্টিত পুঁজি পাঁচ লাখ টকা ব্যয় সাপেক্ষে এটি নতুন পথ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে KACৰ চীফ জিবেশ ৰায়ে। উক্ত অনুষ্ঠানত কে.আৰ.এচ.এচৰ সভাপতি নাৰায়ণ মেধি , ভাৰতীয় জনতা পাৰ্টি বঙাইগাওঁ জিলা উপ সভাপতি শ্যামল নাৰায়ণ দেৱ , চক্ৰভৌম পঞ্চায়তৰ সভানেত্ৰী সুমিত্ৰা ৰায় , আঞ্চলিক সদস্যা কুসুম দাস, সদস্যা ছবিতা বৰ্মনকে ধৰি বিশিষ্ট ব্যক্তি সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে