Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: ডিগবৈ বাপাপুঙত মেকুৰী চকোৱা সাপ (Thai cat snake) উদ্ধাৰ

Margherita, Tinsukia | Sep 12, 2025
শুকুৰবাৰে বিয়লি প্রায় ৩ বজাত ডিগবৈ বাপাপুঙৰ এঘৰ মানু্হৰ বাসগৃহত এটা মেকুৰী চকোৱা সাপ (Thai cat snake) উদ্ধাৰ কৰা হয় । বাসগৃহটোৰ ৱালত সাপতো প্রত্যক্ষ কৰি পৰিয়ালৰ লোকে ৱাইল্ড লাইফৰ লোকক খবৰ দিয়াত ৱাইল্ড লাইফৰ দুজনীয়া এটা দল আহি মেকুৰী চকোৱা সাপটো উদ্ধাৰ কৰি ডিগবৈৰ কাষৰীয়া সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয়।
Read More News
T & CPrivacy PolicyContact Us