Download Now Banner

This browser does not support the video element.

নগাঁও: চামগুৰিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী, ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই চামগুৰিৰ শতাধিক ৰাইজৰ কংগ্ৰেছত যোগদান

Nagaon, Nagaon | Sep 3, 2025
চামগুৰিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী,২৬ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বেই চামগুৰিৰ শতাধিক ৰাইজে ত্যাগ কৰিলে বিজেপি-অগপ দল ।ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত চামগুৰিত বিজেপি-অগপ দলৰ শতাধিক কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত ।
Read More News
T & CPrivacy PolicyContact Us