Download Now Banner

This browser does not support the video element.

নগাঁও: ৰূপহীহাটৰ দুই নং বৰঘূলীত চাঞ্চল্যকৰ ঘটনা,৬/৭ বছৰীয়া কিশোৰীক মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ,উপস্থিত আৰক্ষী

Nagaon, Nagaon | Sep 8, 2025
ৰূপহীহাটৰ দুই নং বৰঘূলীত চাঞ্চল্যকৰ ঘটনা।৬/৭ বছৰীয়া কিশোৰীক মাটিৰ তলত পুথি থোৱা অৱস্থাত উদ্ধাৰ।কোনোবা দুৰ্বৃত্তই হত্যা কৰি ঘৰৰ পিছফালে গাত খান্দি পুথি থৈছিল কিশোৰী গৰাকীক।সোমবাৰে পুৱা প্ৰায় ১১ বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰী গৰাকী ।স্থানীয় ৰাইজে মাটি ওলমি থকা দেখি সন্দেহ ওপজে আৰু পুথি থোৱা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো ।ঘটনাস্থলীত উলুৱনী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত অঞ্চলজু
Read More News
T & CPrivacy PolicyContact Us