This browser does not support the video element.
নলবাৰী: নলবাৰী সদৰ থানাত বিতৰ্কিত মইনুল হকৰ বিৰুদ্ধে গোচৰ ,এজাহাৰ দাখিল কৰে নলবাৰীৰ অধিবক্তা আমিৰুল ইছলামে
Nalbari, Nalbari | Oct 8, 2025
নলবাৰী সদৰ থানাত বিতৰ্কিত মইনুল হকৰ বিৰুদ্ধে গোচৰ ।বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত এজাহাৰ দাখিল কৰে নলবাৰীৰ অধিবক্তা আমিৰুল ইছলামে।বিলাসীপাৰাৰ মইনুল হকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গক জালুকবাৰীত নিৰ্বাচন খেলাৰ আহ্বান কৰিছিল ৷মইনুল হকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ শোক বিহ্বল পৰিয়াল আৰু অসমীয়াৰ আৱেগক লৈ খেল খেলাৰ অভিযোগ ৷যাৰ বাবে এজাহাৰ দাখিল কৰিছে নলবাৰীৰ অধিবক্তা আমিৰুল ইছলামে ৷