Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: মাজৰাবাৰীত বিপিএফৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত , উপস্থিত বিফিএফ প্ৰধান হাগ্ৰামা মহিলাৰী

Bijni Part, Chirang | Aug 27, 2025
১৭ নং সুবাইঝাৰ ব্লক বিপিএফৰ উদ্যোগত আয়োজিত সভাত হেলিকপ্টাৰেৰে উপস্থিত হয়হি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী,সভাত মহিলা BPF ৰ কেন্দ্ৰীয় সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম, যুৱ বিপিএফৰ কেন্দ্ৰীয় সভাপতি ৰিঞ্জয় বড়ো, প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰী, বিজনী জিলা বিপিএফৰ সভাপতি ৰবিৰাম খাকলাৰীসহ নেতৃবৃন্দ অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us