Download Now Banner

This browser does not support the video element.

নগাঁও: নগাঁৱৰ আউনিআটি চাৰিআলিত ভয়াবহ পথ দুৰ্ঘটনা, পথ দুৰ্ঘটনাত দুজন গুৰুত্বৰ ভাৱে আহত

Nagaon, Nagaon | Oct 8, 2025
আউনিআটি চাৰিআলিত ভয়াবহ পথ দুৰ্ঘটনা, দুজন গুৰুত্বৰ ভাৱে আহত।বুধবাৰে নিশা প্রায় ৯ মান বজাত নগাঁৱৰ আউনিআটি চাৰিআলিত ভয়াবহ পথ দুৰ্ঘটনা।দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত দুজন গুৰুত্বৰ ভাৱে আহত হয় ।আঘাতপ্ৰাপ্ত দুই বাইক আৰোহীৰ বাতৰি সংগ্ৰহ কৰা সময়লৈকে পৰিচয় উদ্ধাৰ হোৱা নাই। দুৰ্ঘটনাত আহত দুজনক স্থানীয় ৰাইজৰ তৎপৰতাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।ইফালে ঘটনাস্থলিত উপস্থিত হয় আৰক্ষী ।
Read More News
T & CPrivacy PolicyContact Us