Download Now Banner

This browser does not support the video element.

মানকাচৰ: বিধায়ক আফতাব উদ্দিন মোল্লাই তুলসীবাৰিত চলি থকা জিঅ' বেগ আৰু পাৰ্কো পাইনৰ কামৰ অগ্ৰগতিৰ বুজ লয়

Mankachar, South Salmara-Mankachar | Jun 29, 2025
দেওবাৰে স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লাই তুলসীবাৰিত চলি থকা জীঅবেগ আৰু পাৰ্কো পাইন ৰ কামৰ অগ্ৰগতিৰ বুজ লয় তুলসীবাৰি অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰা খহনীয়াৰ কবলত পৰি শ শ বিঘা কৃষি ভূমি নৈৰ বুকুত জাহ গৈছে। ইতিমধ্যে গৰা খহনীয়া প্ৰতিৰোধৰ বাবে জীঅবেগ আৰু পাৰ্কো পাইন কাম চলি আছে। আজি স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লা ই এই গৰা খহনীয়াৰ ঠাই পৰিদৰ্শন কৰে আৰু কামৰ অগ্ৰগতি ৰ বুজ লয়।
Read More News
T & CPrivacy PolicyContact Us