Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: মদনপুৰৰ সমীপৱৰ্তী জালান আয়ৰন এণ্ড ষ্টিল কোম্পানীত কৰ্মৰত শ্ৰমিক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু,পৰিয়ালৰ ক্ষোভ প্ৰকাশ

North Guwahati Part, Kamrup | Aug 25, 2025
মদনপুৰ টোলগেটৰ সমীপৱৰ্তী জালান আয়ৰন এণ্ড ষ্টিল কোম্পানীত কৰ্মৰত অৱস্থাত এজন শ্ৰমিক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাৰ তদন্ত দাবী পৰিয়ালৰ লোকৰ। সোমবাৰে সংবাদমাধ্যমৰ আগত ক্ষোভ প্ৰকাশ ভুক্তভোগীৰ পৰিয়ালৰ লোকৰ। এই ঘটনাত ছয়জন শ্ৰমিক আহত হৈছিল। ইয়াৰে ভিতৰত নন্দ দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ নেমকেয়াৰ হাস্পতালত দেওবাৰে নিশা মৃত্যুক সাৱতি লয়। কোনো সুৰক্ষা আচবাব নিদিয়াকৈ ফেক্টৰীৰ কামত নিয়োজিত কৰাৰ অভিযোগ।
Read More News
T & CPrivacy PolicyContact Us