Download Now Banner

This browser does not support the video element.

বইটামাৰী: ধনতোলাত ধনতোলা যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কন্ঠশিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনায় শতাধিক ৰাইজে

Boitamari, Bongaigaon | Sep 22, 2025
সোমবাৰে ধনতোলাত ধনতোলা যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কন্ঠশিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনায় শতাধিক ৰাইজে বঙাইগাঁও জিলাৰ ধনতোলাত প্ৰয়াত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আয়োজন কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ কেইবা শতাধিক ৰাইজে হাতত মোমবাতি লৈ মহান কন্ঠ শিল্পী জুবিন গাৰ্গক আত্মাৰ শান্তি কামনা কৰি শেষ শ্ৰদ্ধা জনায়।
Read More News
T & CPrivacy PolicyContact Us