This browser does not support the video element.
শিৱসাগৰ: বিশিষ্ট শিক্ষাবিদ ড°আচফিয়া চুলতানাৰ ৰচিত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় শিৱসাগৰত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে
Sibsagar, Sivasagar | Aug 23, 2025
বিশিষ্ট শিক্ষাবিদ ড°আচফিয়া চুলতানাৰ ৰচিত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় শিৱসাগৰত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে । উন্মোচনী কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই । আমগুৰি মহাবিদ্যালয়ৰ অৱসৰী অধক্ষ্যা ড°আচফিয়া চুলতানাৰ গ্ৰন্থৰ উন্মোচক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড°জীতেন হাজৰিকা আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড°সব্যসাচী মহন্ত ।