Install App
malobikabora1991
This browser does not support the video element.
গোলাঘাট: শ্যামকানু মহন্ত এণ্ড গেঙৰ গ্ৰেপ্তাৰৰ দাবীত গোলাঘাট থানাৰ সমীপত প্ৰতিবাদ, আৰক্ষী থানাত গোচৰ দল সংগঠনৰ
Golaghat, Golaghat | Sep 25, 2025
শ্যামকানু মহন্ত এণ্ড গেঙৰ গ্ৰেপ্তাৰৰ দাবীত গোলাঘাটত প্ৰতিবাদ, আৰক্ষী থানাত গোচৰ দল সংগঠনৰ l বৃহস্পতি বাৰে সন্ধিয়া প্ৰায় ৮ বজাত ৰাজ্য বাসিৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায়ৰ দাবীত প্ৰতিবাদ জাতীয় সংগ্ৰামী সেনা অসমৰ লগতে শতাধিক ৰাইজে প্ৰতিবাদী সমদল বাহিৰ কৰি গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰি শীঘ্ৰে দোষীক শাস্তি দাবী উত্থাপন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!