Install App
debabrat915
This browser does not support the video element.
দলগাঁও ভাগ: ঠিকাদাৰ মতলেব উদ্দিন আহমেদৰ বিৰুদ্ধে সৰৱ দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান,দলগাওত এই মন্তব্য
Dalgaon Part, Darrang | Aug 27, 2025
লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ মতলেব উদ্দিন আহমেদ বিৰুদ্ধে সৰব দলগাও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান।দলগাও সমষ্টিত ঠিকাদাৰ মতলেব উদ্দিন আহমেদ নিৰ্মাণ কৰি থকা পথ অতি নিন্মমান।দলগাওত বুধবাৰে আবেলি 5 মান বজাত সংবাদ মাধ্যমৰ লগত বিধায়ক মুজিবুৰ ৰহমানে ঠিকাদাৰ গৰাকীৰ বিৰূদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!