Download Now Banner

This browser does not support the video element.

গোলাঘাট: বাটা পইণ্টত চৰকাৰী অধিসূচনা দাহ কৰি ট্ৰাইবেল সংঘৰ উত্তাল প্ৰতিবাদ সাব্যস্ত

Golaghat, Golaghat | Aug 21, 2025
গোলাঘাট বাটা পইণ্টত বৃহস্পতি বাৰে বিয়লি প্ৰায় ৩ বজাত চৰকাৰী অধিসুচনা দাহ কৰি ট্ৰাইবেল সংঘৰ উত্তাল প্ৰতিবাদ সাব্যস্ত l গোলাঘাটত ট্ৰাইবেল সংঘৰ প্ৰতিবাদী কাৰ্যসূচী ৷ আঠটা জনগোষ্ঠীক ভূমি অধিকাৰৰ বিৰোধিতাৰে চৰকাৰী অধিসূচনা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ট্ৰাইবেল সংঘই ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰে কেইবাটাও জনগোষ্ঠীক ট্ৰাইবেল বেল্টত অন্তৰ্ভুক্ত কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ গোলাঘাটৰ বাটা পইণ্টত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক সকীয়নি প্ৰদান কৰে ৷
Read More News
T & CPrivacy PolicyContact Us