This browser does not support the video element.
নগাঁও: ধিঙত দেওবাৰে বিয়লি বীৰ লাচিত সেনাৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত
Nagaon, Nagaon | Sep 7, 2025
ধিঙত দেওবাৰে বিয়লি প্ৰায় তিনি মান বজাত বীৰ লাচিত সেনাৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত।ধিঙত বীৰ লাচিত সেনাৰ বৰ্ষপূৰ্তি আৰু যোগদান কাৰ্যসূচী । দেওবাৰে দিনযোৰা কাৰ্য্যসূচীৰে ধিঙত বীৰ লাচিত সেনাৰ বৰ্ষপূৰ্তি লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । ধিঙৰ শ্ৰীশ্ৰীজগন্নাথ মন্দিৰৰ সোণালী ক্ষেত্ৰত অনুষ্ঠিত হোৱা বৰ্ষপূৰ্তি অনুষ্ঠানত কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে । অন্যহাতে বীৰ লাচিত সেনাৰ ধিং আঞ্চলিক সমিতিৰ অনুষ