Download Now Banner

This browser does not support the video element.

গুৱাহাটী: পুনৰ আৰক্ষীৰ গুণ্ডাগিৰি,প্ৰাগজ্যোতিষপুৰ আৰক্ষী ভাৰপ্রাপ্ত বিষয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ চন্দ্ৰপুৰত এজন ভুক্তভোগীৰ

Guwahati, Kamrup Metropolitan | Aug 26, 2025
তদন্তৰ নামত পুনৰ আৰক্ষীৰ গুণ্ডাগিৰি,প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ ।এজন নিৰীহ ব্যক্তিক বিনা কাৰণত লাঠিৰে মৰিয়াই মৰিয়াই হাত ভাঙি দিয়ে আৰক্ষী বিষয়া জনে ।ইতিমধ্যে ব্যক্তিজনে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচ্যুত নাথৰ বিৰুদ্ধে আৰক্ষী আয়ুক্ত হাতত লিখিত এজাহাৰ দাখিল কৰিছে ।
Read More News
T & CPrivacy PolicyContact Us