Download Now Banner

This browser does not support the video element.

বালিজানা: ৰাক্ষসিনীত আৰম্ভ হৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযান,এফালৰপৰা ভাঙিছে দোকান পোহাৰ

Balijana, Goalpara | Aug 23, 2025
ৰাক্ষসিনীত আৰম্ভ হৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। এফালৰপৰা ভাঙিছে দোকান পোহাৰ। গোৱালপাৰা চহৰৰ সমীপৱৰ্তী ৰাক্ষসিনীত আজি প্ৰতিকুল বতৰক নেওচি আৰম্ভ হৈছে উচ্ছেদ অভিযান। ৰাক্ষসিনীত ফৰেষ্ট গেট কৃষ্ণাই পথৰ পশ্চিম ফালৰ দোকান সমুহত আৰম্ভ হৈছে উচ্ছেদ অভিযান। কিছুদিন পুৰ্বে জিলা প্ৰশাসনে উচ্ছেদৰ বাবে জাননী দিয়া হৈছিল। ৰাক্ষসিনীত নিৰ্মাণ কৰা হব তাপ প্ৰকল্প। ইয়াৰ বাবে প্ৰয়োজনীয় মাটি খালী কৰাৰ বাবে জিলা প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান।
Read More News
T & CPrivacy PolicyContact Us