This browser does not support the video element.
গুৱাহাটী: মহানগৰীৰ বামুণীমৈদাম বজাৰত অবৈধ চুলাইৰ ঘাটিত আৰক্ষী আৰু স্থানীয় লোকৰ অভিযান
Guwahati, Kamrup Metropolitan | Sep 5, 2025
মহানগৰীৰ বামুণীমৈদাম বজাৰত অবৈধ চুলাইৰ ঘাটিত আৰক্ষী আৰু স্থানীয় লোকৰ অভিযান।অভিযানত বিনষ্ট বহু লিটাৰ চুলাই । লগতে স্থানীয় ৰাইজে আৰু আৰক্ষীয়ে ভাঙি দিয়ে বামুনীমৈদাম বজাৰত অবৈধ ভাবে গঢ় লৈ উঠা চুলাইৰ দুটাকৈ ঘাটি।উল্লেখ্য যে, আলম আৰু পূৰ্ণিমা দেৱী নামৰ দুজনকৈ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি চুলাই বিক্ৰী কৰি অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰি আহিছিল।