This browser does not support the video element.
বিজনী ভাগ: বিজনীত বিজেপিৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়
Bijni Part, Chirang | Aug 23, 2025
আজি চিৰাং জিলাৰ বিজনীত বিজেপি দলৰ এক যোগদান সভা অনুষ্ঠিত হয় আজিৰ এই যোগদান সভাত শতাধিক লোকে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে ,আজিৰ এই যোগদান সভাত বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায় ,সুবাইঝাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী সহ চিৰাং জিলা বিজেপিৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।