Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: বীৰ লাচিত সেনাৰ পাছত এইবাৰ ছাত্ৰ নেতাৰ বিৰুদ্ধে যোৰহাটত ধন দাবীৰ অভিযোগ , সদৰ থানাত গোচৰ ৰুজু
Jorhat West, Jorhat | Aug 24, 2025
বীৰ লাচিত সেনাৰ পাছত এইবাৰ ছাত্ৰ নেতাৰ বিৰুদ্ধে যোৰহাটত ধন দাবীৰ অভিযোগ । সদৰ থানাত গোচৰ ৰুজু । AT ৰোডৰ ভোগদৈ দলঙৰ সমীপৰ পৰা কেন্দুগুৰি বাইপাছলৈ থকা ব্যৱসায়িক প্ৰতিষ্ঠানত মোটা অংকৰ ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে । ছাত্ৰ সন্থাৰ পূব যোৰহাট আঞ্চলিকৰ উপদেষ্টাৰ লগতে তিনিজন ছাত্ৰ কৰ্মীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!