Install App
chandanhiramorigaon
This browser does not support the video element.
মৰিগাঁও: জিলা আয়ুক্ত কাৰ্যালয়ত স্বাস্থ্য সেৱা প্ৰতিষ্ঠানত অগ্নি নিৰাপত্তা পৰীক্ষা সম্পৰ্কে এখনি গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়
Marigaon, Morigaon | Aug 28, 2025
জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA), মৰিগাঁওৰ উদ্যোগত জিলা স্বাস্থ্য সেৱা বিভাগৰ অন্তৰ্গত সকলো চৰকাৰী আৰু বেচৰকাৰী স্বাস্থ্য সেৱা প্ৰতিষ্ঠানত অগ্নি নিৰাপত্তা পৰীক্ষা সম্পৰ্কে এখনি গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়।সভাখন জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভাপতি তথা জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!