Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: নগৰৰ মাজমজিয়া স্থিত এখন হোটেলত বীৰ লাচিত সেনাৰ চিটিকাৰ্ট কৰ্তিপক্ষক ধনদাবী , সমগ্ৰ দৃশ্য বন্দী CCTV কেমেৰাত

Jorhat West, Jorhat | Aug 24, 2025
নগৰৰ মাজমজিয়া স্থিত এখন হোটেলত বীৰ লাচিত সেনাৰ চিটিকাৰ্ট কৰ্তিপক্ষক ধনদাবী।সমগ্ৰ দৃশ্য বন্দী CCTV কেমেৰাত । যোৰহাট নগৰৰ মাজমজিয়াত থকা এটা শ্বপিং মলত বুধবাৰে এগৰাকী মহিলা কৰ্মচাৰীক ষ্টৰ মেনেজাৰে অশালীন মন্তব্য কৰিছিল।ইয়াৰ পাছতেই বীৰ লাচিত সেনাৰ জিলাৰ সভাপতি আদিত্য সাগৰ পানীফুকন আৰু সচিব সুজিত দত্তই শ্বপিং মল টোৰ কৰ্তিপক্ষক এখন হোটেললৈ মাতিছিল আলোচনাৰ বাবে।
Read More News
T & CPrivacy PolicyContact Us