Download Now Banner

This browser does not support the video element.

মাটিয়া: মাটিয়াৰ কদমতোলাত ঘৰত কোনো নথকাৰ সুযোগত চোৰে চলালে চাফাই অভিযান

Matia, Goalpara | Aug 24, 2025
মাটিয়াৰ কদমতোলাত চোৰে চলালে চাফাই অভিযান, ঘৰত কোনো নথকাৰ সুযোগত চোৰে চলালে চাফাই অভিযান।যোৱা নিশা দলগোমা-কদমতোলাৰ হিৰন দেৱীৰ ঘৰত সংঘটিত হ'ল চুৰিকাণ্ড,চোৰৰ এইবাৰ চকু পৰিল মাটিৰ নথি পত্ৰ ওপৰত লগতে সোন-ৰূপৰ আ-অলংকাৰ, টি ভি, ইনভাৰ্টৰ মাটিৰ নথি পত্ৰ আৰু নগদ 10 হাজাৰ টকা চুৰি কৰি নিয়ে চোৰে। প্ৰায় ২ লক্ষাধিক টকাৰ সা- সামগ্ৰী চুৰি কৰে চোৰে । পৰিয়ালৰ লোকে আজি অৱগত হৈ এই চুৰিকাণ্ড সন্দৰ্ভত মাটিয়া থানাত এখনি এজাহাৰ দাখিল কৰে।
Read More News
T & CPrivacy PolicyContact Us