Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: প্ৰয়াত ডা: প্ৰিয়ম্বদা দাসৰ বৰপেটাৰোডৰ বাসভৱনত প্ৰাক্তন সাংসদ আব্দুল খালেকে উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে

India | Aug 22, 2025
বৰপেটাৰোড চহৰৰ মানৱ দৰদী চিকিৎসক, সুলেখিকা, নিবন্ধকাৰ প্ৰয়াত ডা: প্ৰিয়ম্বদা দাসৰ বৰপেটাৰোডৰ বাসভৱনত শুক্ৰবাৰে আবেলি বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে উপস্থিত হয় ৷ প্ৰয়াত ডা: প্ৰিয়ম্বদা দাসৰ বাসগৃহত প্ৰাক্তন সাংসদ গৰাকীয়ে উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে ।
Read More News
T & CPrivacy PolicyContact Us