This browser does not support the video element.
তিনিচুকীয়া: বৰগুৰিত এন এন গোহাঁই পথৰ শুভ উদ্ধোধন কৰে অসম গৃহ নিৰ্মাণ বিভাগৰ অধক্ষ পুলক গোঁহায়ে
Tinsukia, Tinsukia | Aug 21, 2025
বৰগুৰিত এন এন গোহাঁই পথৰ মটক স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁইৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পাৰিষদীয় পুঁজিৰ পৰা ৭ লাখ টকাৰে নিৰ্মাণ কৰা পথছোৱা বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত মটক স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ডেভিড চেতিয়া দেৱৰ উপস্থিতিত আজি শুভ উদ্ধোধন কৰে অসম গৃহ নিৰ্মাণ বিভাগৰ অধক্ষ পুলক গোঁহায়ে । উক্ত অনুষ্ঠানত উপস্থিত আছিল মটক স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য ধৰণী গোহাঁই,নৱজ্যোতি শইকীয়া,মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক