Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: মানাস ছেৰফাঙত বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীৰ মন্তব্য আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএল দল জয়ী হ'ব

Bijni Part, Chirang | Aug 27, 2025
আজি চিৰাং জিলাৰ মানাস ছেৰফাঙত বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীৰ মন্তব্য ইউপিপিএলৰ কাৰ্য কৰ্তা সকলে সকলো জাতি জনগোষ্ঠীৰ মাজত কাম কৰিছে শ শ মানুহ ইউপিপিএল দলত যোগদান কৰিছে অনাগত বিটিচি নিৰ্বাচনত বিটিআৰত ইউপিপিএল দল জয়ী হ'ব।
Read More News
T & CPrivacy PolicyContact Us