Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: শুকানপুখুৰীত শুকানপুখুৰী চাহ বাগিচা কৰম উদযাপনৰ জাৱা পৰ্ব সম্পন্ন

Tinsukia, Tinsukia | Sep 1, 2025
শুকানপুখুৰী চাহ বাগিচা কৰম উদযাপন সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এন এল আৰ গ্ৰান্ট প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আগন্তুক ৩ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ঊনবিংশশতিতম্ বাৰ্ষিক "কৰম পূজা ও সন্মিলন - ২০২৫" ৰ আজি সোমবাৰে দুপৰীয়া প্ৰায় ১২ বজাত জাৱা পৰ্ব তথা বালি তোলা পৰ্ব সম্পন্ন হয়। এই পবিত্ৰ কাৰ্যসূচীটিৰ যোগেদি অসমবাসী ৰাইজলৈ কৰম পৰৱৰ শুভেচ্ছা জনোৱাৰ লগতে ৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া "কৰম পূজা ও সন্মিলনখনি সফল সমাপ্তি কামনা কৰে ।
Read More News
T & CPrivacy PolicyContact Us