This browser does not support the video element.
মানকাচৰ: জিলা আইনী সেবা প্ৰধিকাৰীৰ উদ্যোগত জাগ্ৰীতি আঁচনিৰ সন্দৰ্ভত হাটশিঙিমাৰীত সজাগতা সভা
Mankachar, South Salmara-Mankachar | Aug 30, 2025
শনিবাৰে দিনৰ আনুমানিক 2:30বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীত জিলা আইনী সেবা প্ৰধিকাৰীৰ উদ্যোগত ৰাষ্ট্ৰীয় আইনী সেবা প্ৰধিকাৰী,ডাউন স্কিম আৰু আশা স্কিমৰ অধীনত জাগ্ৰীতি আঁচনিৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সজাগতা সভাৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ তথ্য আৰু স্বচ্ছতাৰ বাবে ন্যায় সজাগতা পদক্ষেপ গ্ৰহণ কৰা হয়।