Download Now Banner

This browser does not support the video element.

বাক্সা: বৰমাত ইউপিপি এল দলৰ বৃহৎ পদ যাত্ৰা, কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই অংশগ্ৰহণ কৰি প্ৰদৰ্শন কৰিলে নিজৰ শক্তি

Baska, Baksa | Aug 25, 2025
আজি বাক্সা জিলাৰ বৰমাত মুছলপুৰ পৰিষদীয় সমষ্টি কা তথা এইবাৰৰ ইউপিপিএল প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই এক দীঘলীয়া ৰেলিৰে শক্তি প্ৰদৰ্শন কৰিলে। এই ৰেলীত অংশগ্ৰহণ কৰি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই তেওঁ পুনৰ জয়ী হোৱাৰ লগতে ইউপিপিএল দলে চৰকাৰ গঠন কৰিব বুলি মন্তব্য ৰাকেশ ব্ৰহ্মই। মুছলপুৰ পৰিষদীয় সমষ্টিত তেওঁৱেই বিজেপি- বিপিএফ- ইউপিপিএল দলৰ প্ৰাৰ্থী বুলি পুনৰ বিস্ফোৰক মন্তব্য আগবঢায়।
Read More News
T & CPrivacy PolicyContact Us