Install App
mokib786
This browser does not support the video element.
মানকাচৰ: জিঅ মেগা টিউবেৰে কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া প্ৰতিৰোধৰ কাম কৰাৰ বাবে বৰ্তমান সুস্থিৰ নিশ্বাস লাভ ৰাইজৰ
Mankachar, South Salmara-Mankachar | Sep 12, 2025
শুক্ৰবাৰে আবেলি ৩ বুজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা জিঅ মেগা টিউবৰ কামক লৈ সন্তষ্টি প্ৰকাশ কৰে স্হানীয় ৰাইজে। উল্লেখ্য যে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুজ হাজৰিকাই কোকৰাডাঙাৰ ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া অঞ্চলৰ পৰিদৰ্শন কৰি তাতক্ষানিক ভাবে জিঅ মেগা টিউবেৰে খহনীয়া প্ৰতিৰোধৰ কাম আৰাম্ভ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!