Install App
malobikabora1991
This browser does not support the video element.
গোলাঘাট: জি এফ ৰোডত এখন মোবাইল ফোনৰ বিপনিত নতুন মোবাইল বুলি পুৰণা মোবাইল ফোন বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ,উত্তপ্ত পৰিস্থিতি
Golaghat, Golaghat | Sep 13, 2025
শনিবাৰে বিয়লি প্ৰায় ৫ বজাত গোলাঘাট জি এফ ৰোডত এখন মোবাইল ফোনৰ বিপনিত এজন যুৱকক নতুন মোবাইল বুলি পুৰণা মোবাইল ফোন বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ l গোলাঘাট নগৰৰ মাজমজিয়াত থকা মোবাইল কিং নামৰ মোবাইল ফোনৰ বিপনি খনৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ l ঘটনাৰ সন্দৰ্ভত গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱক জনে l
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!