Download Now Banner

This browser does not support the video element.

নগাঁও: জুবিন গাৰ্গে সহায় কৰিছিল এগৰাকী বিশেষ ভাৱে সক্ষম মহিলাক, কুশল নগৰত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া মহিলা গৰাকীৰ

Nagaon, Nagaon | Oct 7, 2025
বিশ্ববৰেণ্য শিল্পী প্ৰয়াত জুবিন গাৰ্গ কেৱলমাত্ৰ এজন কণ্ঠশিল্পীয়েই নহয়, তেওঁ আছিল এজন বহল মনৰ ব্যক্তি। তেওঁৰ মহানুভৱতা সৰ্বজনবিদিত। শেহতীয়াকৈ জুবিন গাৰ্গে সহায়ৰ হাত আগবঢ়াইছিল নগাঁৱৰ এগৰাকী বিশেষভাৱে সক্ষম মহিলাক। মহিলা গৰাকী হৈছে নগাঁৱৰ কুশল নগৰৰ প্ৰণামী বৰকটকী। চলিত বৰ্ষৰে ২৮ জুলাই তাৰিখে মহিলাগৰাকীয়ে গুৱাহাটীত লগ পাইছিল হাৰ্টথ্ৰব জুবিন গাৰ্গক। প্ৰথম চিনাকীতে শিল্পীগৰাকীয়ে মহিলাগৰাকীৰ শাৰীৰিক বাধাগ্ৰস্ততাৰ খৰব লৈ কৰিছিল মহিলাগৰাকীক সকাহৰ ব্যৱস্থা।
Read More News
T & CPrivacy PolicyContact Us