Download Now Banner

This browser does not support the video element.

বৰপেটা: আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত জলজীৱন আচনিৰ সভা, বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ অংশগ্ৰহণ

Barpeta, Barpeta | Oct 9, 2025
বৰপেটা জিলাত জলজীৱন আচনিৰ জৰিয়তে যোগান ধৰা পানীৰ মানদণ্ড আৰু আচনিবোৰৰ বৰ্তমানৰ অৱস্থাক লৈ বিভিন্ন সময়ত একাংশ ৰাইজৰ পৰা নানান অভিযোগ উত্থাপিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ এক জিলা পৰ্যায়ৰ পৰ্যালোচনা সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয়।‌বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এই সভাত কাৰ্যক্ষম হৈ থকা পানী যোগান প্ৰকল্পবোৰৰ বৰ্তমানৰ অবস্থাৰ লগতে নিৰ্মাণ কাৰ্য অব্যাহত থকা প্ৰকল্পবোৰৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়।‌
Read More News
T & CPrivacy PolicyContact Us