This browser does not support the video element.
মানকাচৰ: জিলা আয়ুক্তৰ কাৰ্য্যালয়ত অৰুনোদয় আঁচনি বিচাৰি শ শ পুৰুষ মহিলাৰ ভিৰ
Mankachar, South Salmara-Mankachar | Sep 1, 2025
সোমবাৰে দিনৰ ৩:৩০ বজাত শ শ পুৰুষ মহিলাই অৰুণোদয় আঁচনি বিচাৰি ভীৰ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্ত কাৰ্যালয়ত আজি জিলাখনত বিভিন্ন গাঁও পঞ্চায়তত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ অভিযোগ এইসকল পুৰুষ মহিলাৰ ৷ যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি একাং অযোগ্য লোকক অৰুনোদয় আঁচনি দিয়াৰ অভিযোগ ৷