Install App
priyanka1162
This browser does not support the video element.
পূব যোৰহাট: মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উলহ মালহেৰে মাধৱদেৱ তিথি উদযাপন , হাজাৰ হাজাৰ ভক্তৰ আগমন
Jorhat East, Jorhat | Sep 12, 2025
মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উলহ মালহেৰে মাধৱদেৱ তিথি উদযাপন । হাজাৰ হাজাৰ ভক্তৰ আগমন। আজি মহাপুৰুষ মাধৱদেৱ তিৰোভাৱ তিথি। ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱে নিজ হাতে এগছি বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰতো উদযাপন হৈছে মাধৱদেৱৰ তিৰোভাৱ তিথি।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!