Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত শিৱসাগৰত সুধাকন্ঠৰ জন্ম জয়ন্তী উদযাপন

Sibsagar, Sivasagar | Sep 8, 2025
দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত শিৱসাগৰত সুধাকন্ঠৰ জন্ম জয়ন্তী উদযাপন । শিৱসাগৰ প্ৰেছক্লাৱৰ আতিথ্যত দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ‌ই দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে সুধাকন্ঠৰ জন্ম জয়ন্তী । সুধাকন্ঠৰ এই শতবাৰ্ষিক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি জিলা স্বাস্থ্য বিভাগৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰন বিভাগৰ সহযোগত অনুষ্ঠিত কৰা হয় এক স্বাস্থ্য পৰীক্ষা শিবিৰো ।
Read More News
T & CPrivacy PolicyContact Us