Download Now Banner

This browser does not support the video element.

হোজাই: গোপালনগৰ গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত মহিলা সকলকলৈ কমিউনিটি এংগেজমেণ্ট আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়

Hojai, Hojai | Sep 19, 2025
হোজাই গোপালনগৰ গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত শুক্ৰবাৰে দিনৰ ১০বজাত মহিলা সকলকলৈ কমিউনিটি এংগেজমেণ্ট আৰু সজাগতা সভা অনুষ্ঠিত হয়।উক্ত সভাত উপস্থিত থাকে বেচৰকাৰী সংস্থা ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ সঞ্চালক উৎপল ৰঞ্জন দত্ত, লিড বেংক প্ৰবন্ধক মৌচম নীল বৰাকে আদি কৰি বিশিষ্ট ব্যক্তি সকল।উল্লেখযোগ্য এই বেচৰকাৰী সংস্থাৰ মূল লক্ষ্য হল মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব দিয়া।লগতে চৰকাৰে মুকলি কৰা আঁচনি সমূহ যাতে পৰিপক্ককৈ মহিলা সকলে লাভ কৰা, বেংক তথা জীৱন বীমাৰ আঁচনিৰ জৰিয়তে মহিলা সকলক
Read More News
T & CPrivacy PolicyContact Us