Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: লাহোৱালৰ চেচা নৈত অঘটন, গৈ ধুবলৈ গৈ সন্ধানহীন হিৰজিৎ দত্ত নামৰ এজন যুৱক, উদ্ধাৰ অভিযান অব‍্যাহত SDRF বাহিনীৰ

Dibrugarh East, Dibrugarh | Oct 1, 2025
লাহোৱালৰ চেচা নৈত অঘটন। আজি বুধবাৰে দিনৰ ২ বজাত চেচা নৈত দুই সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হিৰজিৎ দত্ত (১৮) নামৰ এজন যুৱক। যুৱক জনৰ ঘৰ ৰহমৰীয়াৰ গেনি চুক গাঁৱত বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। বৰ্তমান উদ্ধাৰ অভিযান অব‍্যাহত SDRF বাহিনীৰ।
Read More News
T & CPrivacy PolicyContact Us