Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: ধুবুৰীত কোঁচ ৰাজবংশী প্ৰতিবাদকাৰীক আৰক্ষীৰ নিৰ্মম প্ৰহাৰত প্ৰতিক্ৰিয়া নাজিৰাত সদৌ অসম জলহা ছাত্ৰ সন্থাৰ

Sibsagar, Sivasagar | Sep 12, 2025
ধুবুৰীত কোঁচ ৰাজবংশী প্ৰতিবাদকাৰীক আৰক্ষীৰ নিৰ্মম প্ৰহাৰত প্ৰতিক্ৰিয়া নাজিৰাত সদৌ অসম জলহা ছাত্ৰ সন্থাৰ । সদৌ অসম জলহা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হাফিজ আলিয়ে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া সংবাদ মাধ্যমৰ আগত । উল্লেখ্য যে কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতি কৰণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল ধুবুৰীত । এই প্ৰতিবাদী সকলৰ ওপৰত আৰক্ষীয়ে কৰিছিল নিৰ্মম প্ৰহাৰ ।
Read More News
T & CPrivacy PolicyContact Us