This browser does not support the video element.
মৰিগাঁও: জাগীৰোডৰ মনহাত মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত হৈ অংশগ্ৰহণ কৰে এখন গুৰুত্বপূৰ্ণ দলীয় সভাত
Marigaon, Morigaon | Aug 31, 2025
জাগীৰোডৰ মনহাত দেওবাৰে বিয়লি প্ৰায় দুই মান বজাত মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত হৈ অংশগ্ৰহণ কৰে এখন গুৰুত্বপূৰ্ণ দলীয় সভাত । মন্ত্ৰী গৰাকী উক্ত সভাত উপস্থিত হৈ প্ৰথমে জাগীৰোড সমষ্টিবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় সমষ্টিৰ ৰাইজৰ সহায়তেই মই বিধায়ক হৈছোঁ, মন্ত্ৰী হৈছোঁ। গতিকে সমষ্টিবাসীৰ কল্যাণ, উন্নয়নৰ বাবে মই সদায় কাম কৰি আছোঁ আৰু আগলৈয়ো কৰি যাম।